ASSAMESEPOSTS


ASSAMESEPOSTS

অসমীয়া ভাল পালে ইয়াত ক্লিক কৰক

'এই প্ৰেম মোৰ ত্ৰিৰংগাৰ বাবে
এই প্ৰেম মোৰ দেশৰ ইতিহাসৰ বাবে
যাৰ প্ৰতিটো পৃষ্ঠাতে আছে শত শ্বহীদৰ কেঁচা তেজ
মোৰ এই প্ৰেম সেই কেঁচা তেজে ধুৱা স্বাধীন ভাৰতৰ বাবে'
স্বাধীনতা দিৱসৰ আন্তৰিক শুভকামনা


ASSAMESEPOSTS

ভাৰতৰ ঈষাণ কোণত থকা মোৰ আই অসমী। স্বাধীনতা সংগ্ৰামত নিজৰেই বলিদান দিয়া-
অসমী আইৰ সেই বীৰ শ্বহীদ সকলক শ্ৰদ্ধা নিবেদিছো।
আন্দোলন বহুত হ’ল, আহক এইবাৰ কৰ্মেৰে আন্দোলন কৰো।
আমাৰ অসমী আইক ভাৰতৰ এখন শীৰ্ষতম ৰাজ্য ৰূপে গঢ়ি তোলোঁ।
৭৪ তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভকামনা থাকিল!


অসমীয়া ভাল পালে ইয়াত ক্লিক কৰক



ASSAMESEPOSTS


Click
Share with your Friends